অসমীয়া সাহিত্য কুইজ ২০২১ / অসমীয়া সাহিত্যৰ প্ৰশ্নত্তোৰ / সাহিত্য কুইজ / অসমীয়া সাহিত্য কুইজ 


Assam culture GK quiz in Assamese language / Culture GK in Assam


১. সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?

ক) শকুন্তলা

খ) বনফুল

গ) ঈয়াৰুইঙ্গম

ঘ) হালধীয়া চৰাই বাও ধান খায়



উত্তৰ:- গ) ঈয়াৰুইঙ্গম।

২. প্ৰথম অসমীয়া মহিলা আলোচনী খনৰ নাম কি?

ক) মায়া

খ) ঘৰ জেউতি

গ) নন্দিনী

ঘ) জয়মতী আয়



উত্তৰ:- খ) ঘৰ জেউতি।

৩. বিহগী কবি বুলি কাক কোৱা হয়?

ক) ভৱেন্দ্ৰ নাথ শইকীয়া 

খ) অম্বিকাৰগিৰি ৰায় চৌধুৰী 

গ) ৰঘুনাথ চৌধুৰী 

ঘ) যতীন্দ্ৰ নাথ দুৱৰা



উত্তৰ:- গ) ৰঘুনাথ চৌধুৰী।

৪. শংকৰদেৱে ৰচনা কৰা প্ৰধান পুথিখনৰ নাম কি?

ক) নাম ঘোষা

খ) হেম কোষ

গ) কীৰ্তন ঘোষা

ঘ) দেৱীলতা



উত্তৰ:- গ) কীৰ্তন ঘোষা।

৫. প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি?

ক) মৌচাক

খ) সঁফুৰা 

গ) ৰংমন

ঘ) ল'ৰা বন্ধু



উত্তৰ:- ঘ) ল'ৰা বন্ধু।

৬. অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) পদ্মনাথ গোহাঞি বৰুৱা

গ) বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য 

ঘ) ৰং বং টেৰাং



উত্তৰ:- খ) পদ্মনাথ গোহাঞি বৰুৱা।

৭. প্ৰথম অসমীয়া সপ্তাহিক আলোচনী খনৰ নাম কি?

ক) তিৰবিৰাই থকা জোন

খ) শুনিশ্চল বৰাহী

গ) নৱযুগ

ঘ) ফলীৰ শৰৎ



উত্তৰ:- গ) নৱযুগ।

৮. অসমীয়া ভাষা সাহিত্যৰ জনক বুলি কাক জনা যায়?

ক) ছাৰ চৈয়দ আব্দুল মালিক

খ) ৰাম সৰস্বতী 

গ) শ্ৰীমন্ত মাধৱদেৱ

ঘ) শ্ৰীমন্ত শংকৰদেৱ



উত্তৰ:- ঘ) শ্ৰীমন্ত শংকৰদেৱ।

৯. অসমীয়া প্ৰথম চুটি গল্পটোৰ নাম কি?

ক) অকণৰ ছবি

খ) মহেন্দ্ৰৰ হাঁহি

গ) কন্যা

ঘ) মোৰ নাম জেউতি



উত্তৰ:- গ) কন্যা।

১০. প্ৰথম অসমীয়া চনেট কবি জনৰ নাম কি?

ক) ৰঘুনাথ চৌধুৰী 

খ) হেম বৰুৱা

গ) হেমচন্দ্ৰ গোস্বামী 

ঘ) নৱকান্ত বৰুৱা



উত্তৰ:- গ) হেমচন্দ্ৰ গোস্বামী।

১১. প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি?

ক) দাপোন

খ) কদম কলি

গ) কথা ছবি

ঘ) প্ৰহ্লাদ চৰিত



উত্তৰ:- ঘ) প্ৰহ্লাদ চৰিত।

১২. ড° মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰা কিতাপ খনৰ নাম কি?

ক) মানুহ হিচাপে ব্যৱহাৰ

খ) ইতিহাসৰ পৰিচয়

গ) মামৰে ধৰা তৰোৱাল

ঘ) ঈয়াৰুইঙ্গম



উত্তৰ:- গ) মামৰে ধৰা তৰোৱাল।

১৩. 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটো কোনে ৰচনা কৰিছিল?

ক) মিত্ৰদেৱ মহন্ত 

খ) জ্যোতিপ্ৰসাদ আগৰৱালা

গ) খগেন মহন্ত 

ঘ) বিষ্ণু প্ৰসাদ ৰাভা



উত্তৰ:- ক) মিত্ৰদেৱ মহন্ত।

১৪. ড° ভবেন্দ্ৰ নাথ শইকীয়াই সাহিত্য একাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি?

ক) মিনতী

খ) অঘৰী ৰতনি

গ) ঋতুৰ আগমন

ঘ) শৃংখল



উত্তৰ:- ঘ) শৃংখল।

১৫. 'সোণৰ খাৰু নালাগে মোক' উপন্যাসখনৰ লেখক কোন?

ক) নৱকান্ত বৰুৱা

খ) ড° মামণি ৰয়ছম গোস্বামী 

গ) বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য 

ঘ) ধীৰেণ বৰুৱা



উত্তৰ:- ঘ) ধীৰেণ বৰুৱা।


লগতে জানি লওঁক:- কোনজন ব্যক্তিক কি নামেৰে জনাজাত

Post a Comment

Previous Post Next Post