কাক কি বুলি জনা যায় / কাক কি বুলি কোৱা হয় / কাক কি নামেৰে জনা যায় / Every Assamese should know / জানোঁ আহঁক
- ১) লোকমান্য :- বালগঙ্গাধৰ তিলক
- ২) দেশবন্ধু :- চিত্তৰঞ্জন দাস
- ৩) পণ্ডিত জী, চাচা :- জৱাহৰলাল নেহৰু
- ৪) লোকনায়ক :- জয় প্ৰকাশ নাৰায়ন
- ৫) সীমান্ত গান্ধী :- খান আব্দুল গফৰ খান
- ৬) পঞ্জাৱ কেশৰী :- লালা লাজপত ৰায়
- ৭) গুৰু দেৱ :- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
- ৮) বাপু, মহাত্মা :- মোহনদাস কৰমচাঁদ গান্ধী
- ৯) নাইটিঙ্গেল, লেডী অব দ্যা লেম্প :- সৰোজনী নাইডু
- ১০) নেতাজী :- সুভাষ চন্দ্ৰ বসু
- ১১) লৌহ মানৱ :- মদন মোহন মালব্য
- ১২) ৰাজাজী :- চক্ৰৱত্তী ৰাজা গোপালাচাৰী
- ১৩) লোকপ্ৰিয় :- গোপীনাথ বৰদলৈ
- ১৪) দেশভক্ত :- তৰুণৰাম ফুকন
- ১৫) ৰসৰাজ, সাহিত্যৰথী :- লক্ষ্মীনাথ বেজবৰুৱা
- ১৬) কৰ্মবীৰ :- নবীন চন্দ্ৰ বৰদলৈ
- ১৭) কলাগুৰু :- বিষ্ণু প্ৰসাদ ৰাভা
- ১৮) ৰূপকোঁৱৰ :- জ্যোতিপ্ৰসাদ আগৰৱালা
- ১৯) অসম কেশৰী :- অম্বিকাগিৰি ৰায়চৌধুৰী
- ২০) বিহগী কবি :- ৰঘুনাথ চৌধাৰী
- ২১) উপন্যাস সম্ৰাট :- ৰজনীকান্ত বৰদলৈ
- ২২) নটসূৰ্য্য :- ফণী শৰ্মা
- ২৩) বাগ্মীবৰ :- নীলমণি ফুকন
- ২৪) ভাঙনি কোঁৱৰ :- আনন্দ চন্দ্ৰ আগৰৱালা
- ২৫) বিপ্লৱী কবি, বিদ্ৰোহী কবি :- প্ৰসন্নলাল চৌধুৰী
- ২৬) অগ্নি কবি :- কমলাকান্ত ভট্টাচাৰ্য
- ২৭) অসম গৌৰৱ :- হেম বৰুৱা
- ২৮) কথা শিল্পী :- আব্দুল মালিক
- ২৯) নাট্য প্ৰভাকৰ :- সত্যপ্ৰসাদ বৰুৱা
- ৩০) সিংহ পুৰুস :- ৰাধা গোবিন্দ বৰুৱা
- ৩১) নিজৰাৰ কবি :- শৈলধৰ ৰাজখোঁৱা
- ৩২) জ্ঞান মালিনীৰ কবি :- মফিজুদ্দিন আহমদ হাজৰিকা
- ৩৩) ফুলনিৰ কবি :- পদ্মনাথ চলিহা
- ৩৪) লৌহ মানৱ :- বিষ্ণুৰাম মেধি
- ৩৫) ৰসাল কবি :- দণ্ডিনাথ কলিতা
- ৩৬) বনফুলৰ কবি :- যতীন্দ্ৰ নাথ দুৱৰা
- ৩৭) সংগীতচাৰ্য :- লক্ষ্মীৰাম বৰুৱা
- ৩৮) খৰিকা জাঁইৰ কবি :- ভবানন্দ ৰাজখোঁৱা
- ৩৯) অভিনয়চাৰ্য :- ব্ৰজনাথ শৰ্মা
- ৪০) কবিতা কোঁৱৰ :- অম্বেশ্বৰ চেতিয়া ফুকন
- ৪১) ত্যাগবীৰ :- হেমচন্দ্ৰ বৰুৱা
- ৪২) পাপৰিৰ কবি :- গণেশ চন্দ্ৰ গগৈ
- ৪৩) গীত কবি :- পাৰ্ৱতি প্ৰসাদ বৰুৱা
- ৪৪) ধ্বনি কবি :- বিনন্দ্ৰ চন্দ্ৰ বৰুৱা
- ৪৫) প্ৰতিমাৰ খনিকৰ :- চন্দ্ৰকুমাৰ আগৰৱালা
- ৪৬) লোক নায়ক :- অমিয় কুমাৰ দাস
- ৪৭) বীৰবালা :- কনকলতা
- ৪৮) শোণিত কোঁৱৰ :- গজেন বৰুৱা
- ৪৯) দেশপ্ৰাণ :- লক্ষ্মীধৰ শৰ্মা
- ৫০) জননায়ক :- দেৱেশ্বৰ শৰ্মা
- ৫১) পথাৰৰ কবি :- ৰাম গগৈ
- ৫২) বকুল বনৰ কবি :- আনন্দ্ৰ চন্দ্ৰ বৰুৱা
- ৫৩) শেৱালি কবি :- ৰত্নকান্ত বৰকাকতী
- ৫৪) বনকোঁৱৰ :- আনন্দিৰাম দাস
- ৫৫) সৰস্বতী :- নিৰ্মলপ্ৰভা বৰদলৈ
- ৫৬) ক্ৰিকেটৰ ভগৱান :- শচীন ৰমেশ তেণ্ডুলকাৰ
- ৫৭) হকী যাদুকৰ :- ধ্যান চান্দ
- ৫৮) সুগন্ধি পখিলাৰ কবি :- হীৰেণ ভট্টাচাৰ্য
- ৫৯) ধিং এক্সপ্ৰেছ :- সীমা দাস
- ৬০) ফ্লাইং শিখ :- মিলখা সিংহ
Post a Comment