ভাৰতৰ জানিবলগীয়া তথ্যসমূহ জানোঁ আঁহক 




ভাৰতৰ উচ্চতম, বৃহত্তম আৰু দৈৰ্ঘ্যতম সম্পদসমূহ


                          উচ্চতম

  • বিমান বন্দৰ  :- লাডাখৰ লেহ বিমান বন্দৰ (১০,৬৮৩ ফুট)।
  • পৰ্বত শৃংগ  :- গডউইন অষ্টিন (K2)।
  • যুদ্ধ ক্ষেত্ৰ  :- ছিয়াচেন হিমবাহ।
  • বান্ধ  :- পঞ্জাৱৰ শতদ্ৰু নদীৰ ওপৰৰ ভাক্ৰা নাংগল বান্ধ, ৫১৮ মিঃ (১,৬৯৯ ফুট) দীঘল আৰু ২২৬ (৭৩৮ ফুট) উচ্চ।
  • যান-বাহন চলাচলৰ পথ  :- খৰদুংলা (৮,৩৮০ ফুট উচ্চতাৰ)।
  • প্ৰৱেশদ্বাৰ  :- আকবৰৰ দ্বাৰা নিৰ্মিত আগ্ৰাৰ ওচৰৰ ফটেহপুৰ চিক্ৰীৰ বুলন্দ দৰৱাজা (১৭৫ ফুট উচ্চ)।
  • ৰেডিঅ' কেন্দ্ৰ  :- AIR ৰ লেহ (লাডাখ) ষ্টেচন।
  • স্তম্ভ  :- ভাঞ্জানগৰস্হিত জলাশয়ৰ শিৱৰ মুৰ্তি (৬১ ফুট)।
  • অসামৰিক বঁটা  :- ভাৰতৰত্ন।
  • বীৰত্বৰ বঁটা  :- পৰমবীৰ চক্ৰ।

   

                            বৃহত্তম

  • নদী বান্ধ  :- গংগা নদীৰ ওপৰৰ ফৰাক্কা বান্ধ (৭,৩৬৩ ফুট দীঘল)।
  • ৰাজহুৱা খণ্ডৰ বেংক  :- ষ্টেট বেংক অৱ ইণ্ডিয়া।
  • প্ৰেক্ষাগৃহ  :- শ্ৰীসন্মুখনন্দ হল, মুম্বাই।
  • আৱাসিক ভৱন  :- নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন।
  • গুহা  :- অমৰ নাথ।
  • গুহাৰ মন্দিৰ  :- কাৰ্লি, মহাৰাষ্ট্ৰ (১২৪ ভাগৰ ৪৫ ফিট)।
  • গীৰ্জা  :- ছাণ্টা কেটেৰিনা কেথেড্ৰেল, গোৱা।
  • চিনেমা হল  :- মাদুৰাইৰ থাংগাম।
  • ব-দ্বীপ  :- সুন্দৰবন।
  • মৰুভূমি  :- ৰাজস্হানৰ থৰ মৰুভূমি (৮০৫ কিঃ মিঃ দীঘল আৰু ৪৮৫ কিঃ মিঃ বহল)।
  • গুৰুদ্বাৰ  :- অমৃতসৰৰ স্বৰ্ণ মন্দিৰ (পঞ্জাৱ)।
  • চিকিৎসালয়  :- আহমেদাবাদৰ বি. জে. মেডিকেল কলেজ আৰু চিভিল হাস্পতাল।
  • হ্ৰদ  :- কাশ্মীৰৰ উলাৰ হ্ৰদ।
  • পুথিভঁৰাল  :- ক'লকাতাৰ ৰাষ্ট্ৰীয় পুথিভঁৰাল।
  • মছজিদ  :- দিল্লীৰ জামা মছজিদ।
  • লেণ্ডিং নাভেল জাহাজ  :- INS মগৰ।
  • মালভূমি  :- ভাৰত মালভূমি।
  • ডাকঘৰ  :- মুম্বাইৰ জি পি অ'।
  • কাৰাগাৰ  :- তিহাৰ চেণ্ট্ৰেল জেল, দিল্লী।
  • মাটিকালিৰ হিচাপৰ ৰাজ্য  :- ৰাজস্হান।
  • মুকলি বিশ্ববিদ্যালয়  :- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুকলি বিশ্ববিদ্যাল (IGNOU)।
  • চিৰিয়াখানা  :- ভাণ্ডালুৰ চিৰিয়াখানা (ভাণ্ডালুৰ, চেন্নাই)।
  • নদী দ্বীপ  :- মাজুলি। 



                           দৈৰ্ঘ্যতম
  • নদী দলং  :- গঙ্গা নদীৰ ওপৰৰ মহাত্মা গান্ধী সেঁতু, পাটনা ( ৫,৫৭৫ মিঃ)।
  • বাৰাণ্ডা  :- তামিলনাডুৰ ৰামেশ্বৰমত অৱস্হিত ৰামনাথস্বামী মন্দিৰৰ বাৰাণ্ডা (১,২২০ মিঃ)
  • নদী বান্ধ  :- হীৰাকুণ্ড বান্ধ, মহানদী, উড়িশা।
  • ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়  :- ড° ৰাজেন্দ্ৰ প্ৰসাদ।
  • প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়  :- জৱাহৰলাল নেহৰু।
  • উপ-ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়  :- ড° এছ. ৰাধাকৃষ্ণণ। 
  • যাত্ৰীবাহী ৰে'লপথ  :- ডিব্ৰুগড় ৰ পৰা কেৰেলাৰ কন্যাকুমাৰী (৪,২৮৬ কিঃ মিঃ)।
  • ৰে'লৱে প্লেটফৰ্ম  :- খড়গপুৰ প্লটফৰ্ম।
  • সুৰঙ্গ  :- জৱাহৰ সুৰঙ্গ, বানিহাল গিৰিপথ। 
  • ৰে'লৱে সুৰঙ্গ  :- পীৰ পাঞ্জাল ৰে'লৱে সুৰংগ(জম্মু আৰু কাশ্মীৰ)

Post a Comment

Previous Post Next Post