Science GK in Assamese Language / বিজ্ঞান কুইজ (খণ্ড-২)
১. সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।
২. চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।
৩. মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।
৪. প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।
৫. উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।
৬. মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।
৭. মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।
৮. আটাইতকৈ সৰল প্ৰ'টিন কি?
উত্তৰ:- গ্ৰাইচিন।
৯. যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।
১০. কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
উত্তৰ:- ফচফৰাচ্।
১১. ভিটামিন 'C' ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।
১২. সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।
১৩. কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।
১৪. মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।
১৫. ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।
১৬. আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।
১৭. অধিক শিৰা থকা প্ৰণী কি?
উত্তৰ:- সাপ।
১৮. বংশগতিৰ একক কি?
উত্তৰ:- জিন'।
১৯. ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.
২০. পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।
২১. অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।
২২. সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৯৮.২° চেলছিয়াচ।
২৩. মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।
২৪. মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?
উত্তৰ:- ১৩ বিধ।
২৫. পোহৰৰ গতিবেগ কিমান?
উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।
২৬. আপেক্ষিকবাদ মতবাদৰ জনক কোন?
উত্তৰ:- এলবাৰ্ট আইনষ্টাইন।
২৭. গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- উত্তল দাপোণ।
২৮. পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?
উত্তৰ:- বাৰুদ বনোৱাৰ বাবে।
২৯. লুমেন কিহৰ একক?
উত্তৰ:- জ্যোতি তীব্ৰতা।
৩০. কেচুৰ চকু কেইটা?
উত্তৰ:- কেচুৰ চকু নাই।
৩১. 'ব্লেক হল' সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?
উত্তৰ:- এছ. চন্দ্ৰশেখৰ।
৩২. মৰিচিকা হোৱাৰ কাৰণ কি?
উত্তৰ:- আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।
৩৩. সকলোতকৈ দহনশিল গেছ কি?
উত্তৰ:- হাইড্ৰ'জেন।
৩৪. কি ধাতু তৰল অৱস্হাত থাকে?
উত্তৰ:- পাৰা।
৩৫. ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?
উত্তৰ:- জে. জে. থমচন।
৩৬. ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- এচিটিলিন।
৩৭. AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ৰেক্টিফায়াৰ।
৩৮. কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?
উত্তৰ:- বিকিৰণ পদ্ধতি।
৩৯. বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- এনিম'মিটাৰ।
৪০. CGS পদ্ধতিত শক্তিৰ একক কি?
উত্তৰ:- আৰ্গ।
৪১. পিতলত কি কি ধাতু থাকে?
উত্তৰ:- তাম আৰু দস্তা।
৪২. আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?
উত্তৰ:- লিথিয়াম।
৪৩. ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?
উত্তৰ:- অপ্সাৰা।
৪৪. আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
উত্তৰ:- এণ্টানি লেভয়চিয়াৰ।
৪৫. পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?
উত্তৰ:- দাঁত।
৪৬. সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?
উত্তৰ:- লো।
৪৭. কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কোবাল্ট।
৪৮. কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কাৰ্বাইড।
৪৯. প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- টেকোমিটাৰ।
৫০. নিউটন কিহৰ একক?
উত্তৰ:- MKS পদ্ধতিত বলৰ একক।
Science GK in Assamese / বিজ্ঞান কুইজ (খণ্ড:-১)
লগতে পঢ়ক :- Assam GK in Assamese Language
Post a Comment