Northeast GK in Assamese Language / Northeast General Knowledge / Northeast Quiz / সাধাৰণ জ্ঞান ২০২১ / অসমীয়া কুইজ 


আজিৰ এই Article ত উত্তৰ-পূৰ্ব ভাৰতৰ সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ৫০ টা প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী  সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ তলৰ প্ৰশ্নোত্তৰ কেইটা আপোনালোকৰ সহায়ক হ'ব।



Northeast GK in Assamese Language / উত্তৰ-পূৰ্ব ভাৰতৰ কুইজ 


১. অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- ধনেশ পক্ষী।


২. অসমৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- দেও হাঁহ।


৩. মণিপুৰৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- ননগিন।


৪. মেঘালয়ৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- মইনা চৰাই।


৫. মিজোৰামৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- ডৰিক চৰাই।


৬. নাগালেণ্ডৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- ব্লাইটছ ট্ৰাগ'পান।


৭. ছিকিমৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- ডৰিকা চৰাই।


৮. ত্ৰিপুৰাৰ ৰাজ্যিক পক্ষী কি?

উত্তৰ:- পাৰ চৰাই নাগেশ্বৰ।


৯. ২০১১ চনৰ লোকপিয়ল অনুসৰি অৰুণাচল প্ৰদেশৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ:- প্ৰায় ১৩,৮২,৬১১ জন।


১০. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ:- প্ৰায় ৩,১১,৬৯,২৭২ জন।


১১. অৰুণাচল প্ৰদেশৰ মুঠ জিলা সংখ্যা কিমান?

উত্তৰ:- ২৫ খন।


১২. অসমৰ মুঠ জিলা সংখ্যা কিমান?

উত্তৰ:- ৩৪ খন।


১৩. মণিপুৰৰ মুঠ জিলা সংখ্যা কিমান?

উত্তৰ:- ১৬ খন।


১৪. মেঘালয়ৰ মুঠ জিলা সংখ্যা কিমান?

উত্তৰ:- ১১ খন।


১৫. মিজোৰামৰ মুঠ জিলা সংখ্যা কিমান?

উত্তৰ:- ১১ খন।


১৬. নাগালেণ্ডৰ মুঠ জিলা সংখ্যা কিমান?

উত্তৰ:- ১৪ খন।


১৭. ছিকিমৰ মুঠ জিলা সংখ্যা কিমান?

উত্তৰ:- ৪ খন।


১৮. ত্ৰিপুৰাৰ মুঠ জিলা সংখ্যা কিমান?

উত্তৰ:- ৮ খন।


১৯. চাৰামতি পৰ্বত শৃংগ ক'ত অৱস্হিত?

উত্তৰ:- নাগালেণ্ড।


২০. টামলাডু উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়?

উত্তৰ:- অৰুণাচল প্ৰদেশ।


২১. অম্বুবাচী মেলা কোন মাহত পালন কৰা হয়?

উত্তৰ:- জুন মাহ।


২২. জাতীয় আৰ্চাৰী প্ৰতিযোগিতা কোন ৰাজ্যত পালন কৰা হয়?

উত্তৰ:- মেঘালয়।


২৩. লাই হাৰাওবা উৎসৱ কোন ৰাজ্যত পালন কৰে?

উত্তৰ:- মণিপুৰ।


২৪. হৰ্ণবিল উৎসৱ কেতিয়া পালন কৰা হয়?

উত্তৰ:- ডিচেম্বৰ মাহত নাগালেণ্ড ৰাজ্যত পালন কৰে।


২৫. মাঘ সংক্ৰান্তি কোন মাহত পালন কৰে?

উত্তৰ:- জানুৱাৰী।


২৬. নৌকা প্ৰতিযোগিতা কেতিয়া আৰু ক'ত পালন কৰে?

উত্তৰ:- আগষ্ট মাহত ত্ৰিপুৰা ৰাজ্যত পালন কৰে।


২৭. টাৱাং মঠ ক'ত অৱস্হিত?

উত্তৰ:- অৰুণাচল প্ৰদেশ।


২৮. কাৰেংঘৰ কেতিয়া নিৰ্মাণ কৰিছিল?

উত্তৰ:- ১৭৫১ খ্ৰীঃ ত ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল।


২৯. ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- প্ৰমত্ত সিংহ।


৩০. অসমৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল?

উত্তৰ:- গোপীনাথ বৰদলৈ।


৩১. উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল গৰাকী নাম কি?

উত্তৰ:- ডঃ কমলা বেনিৱাল।


৩২. উত্তৰ-পূৰ্ব ভাৰতত মুঠ কেইটা বিমান বন্দৰ আছে?

উত্তৰ:- ১২ টা।


৩৩. অসমত মুঠ কেইটা বিমান বন্দৰ আছে?

উত্তৰ:- ৭ টা।


৩৪. উত্তৰ-পূৰ্ব ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাই পথটো নাম কি?

উত্তৰ:- ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথ।


৩৫. ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়া অসমৰ কোনখন চহৰত অনুষ্ঠিত হৈছিল?

উত্তৰ:- গুৱাহাটীৰ সৰুসজাই খেল পথাৰত হৈছিল।


৩৬. উত্তৰ-পূৰ্ব ভাৰতৰ আটাইতকৈ ডাঙৰ বিমান বন্দৰটো নাম কি?

উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।


৩৭. উত্তৰ-পূৰ্ব ভাৰতৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ  ৰাজ্যখনৰ নাম কি?

উত্তৰ:- অৰুণাচল প্ৰদেশ।


৩৮. ৰাণী কোৰ কিহৰ বাবে বিখ্যাত?

উত্তৰ:- মেঘালয় ৰাজ্যৰ পশ্চিম খাছী পাহাৰ তথা শ্বিলংৰ পৰা ১৪০ কিঃমিঃ দূৰত অৱস্হিত এখন শ্ৰেষ্ঠ মাছ ধৰা ঠাই।


৩৯. 'ভাৰতৰ ৰত্ন' বুলি কোন ৰাজ্যক জনা যায়?

উত্তৰ:- মণিপুৰ ৰাজ্যক।


৪০. 'কাহিলি পুৱাৰ উজ্জ্বলিত পৰ্বতমালাৰ ভূমি' বুলি কোন ৰাজ্যক জনা যায়?

উত্তৰ:- অৰুণাচল প্ৰদেশ।


৪১. উত্তৰ-পূৰ্ব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি?

উত্তৰ:- ছিকিম।


৪২. থৰাংটলাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্হিত?

উত্তৰ:- মিজোৰাম।


৪৩. তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- ১৭৫৬ খ্ৰীঃ ত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল।


৪৪. অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- ৰাইন'ক'ষ্টাইলিচ ৰেটুছা।


৪৫. অসমৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- ফক্সটেইল অৰ্কিড।


৪৬. মণিপুৰৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- চিৰ'ই লিলি।


৪৭. মেঘালয়ৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- লেডি শ্লিপাৰ অৰ্কিড।


৪৮. মিজোৰামৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- ডান্সিং গাৰ্ল


৪৯. নাগালেণ্ডৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- ফোড়ো-ডেনদ্ৰ'ন।


৫০. ছিকিমৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- ন'বিল অৰ্কিড।



লগতে পঢ়ক:- বিজ্ঞান কুইজ 



Post a Comment

Previous Post Next Post