Northeast GK 2021 / উত্তৰ-পূৰ্বৰ সাধাৰণ জ্ঞান ২০২১ / Northeast Quiz / North East GK 2021 / North East Quiz 2021 / Northeast GK in Assamese Language


আজিৰ এই Articleউত্তৰ-পূৰ্ব ভাৰতৰ সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ৫০ টা প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী  সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ তলৰ প্ৰশ্নোত্তৰ কেইটা আপোনালোকৰ সহায়ক হ'ব।




Northeast GK 2021 / Northeast General Knowlede 2021


১. উত্তৰ-পূৰ্ব ভাৰতৰ মুঠ মাটিকালি কিমান?

উত্তৰ:- প্ৰায় ২৬২,২৩০ লাখ বৰ্গ কিঃমিঃ।


২. উত্তৰ-পূৰ্ব ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা কিমান?

উত্তৰ:- ৮ খন।


৩.  উত্তৰ-পূৰ্ব ভাৰতৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ:- প্ৰায় ৪,৫৫,৮৭,৯৮২ জন (২০১১ চনৰ লোকপিয়ল অনুসৰি)।


৪. উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰধান শস্য কি?

উত্তৰ:- ধান।


৫. উত্তৰ-পূৰ্ব ভাৰতৰ মুখ্য উদ্যান ভিত্তিক কৃষি কি?

উত্তৰ:- চাহ।


৬. মাটিকালিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্ব ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি?

উত্তৰ:- অৰুণাচল প্ৰদেশ।


৭. মাটিকালিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্ব ভাৰতৰ সকলোতকৈ সৰু ৰাজ্যখনৰ নাম কি?

উত্তৰ:- ছিকিম।


৮. অৰুণাচল প্ৰদেশ ৰাজ্যই কেতিয়া ৰাজ্যিক স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ২০ ফেব্ৰুৱাৰী, ১৯৮৭ চনত।


৯. মণিপুৰ ৰাজ্যই কেতিয়া ৰাজ্যিক স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ২১ জানুৱাৰী, ১৯৭২ চনত।


১০. মেঘালয় ৰাজ্যই কেতিয়া ৰাজ্যিক স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ২১ জানুৱাৰী, ১৯৭২ চনত।


১১. মিজোৰাম ৰাজ্যই কেতিয়া ৰাজ্যিক স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ২০ ফেব্ৰুৱাৰী, ১৯৮৭ চনত।


১২. নাগালেণ্ড ৰাজ্যই কেতিয়া ৰাজ্যিক স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ১ ডিচেম্বৰ, ১৯৬৩ চনত।


১৩. ছিকিম ৰাজ্যই কেতিয়া ৰাজ্যিক স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ১৬ মে', ১৯৭৫ চনত।


১৪. ত্ৰিপুৰা ৰাজ্যই কেতিয়া ৰাজ্যিক স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ২১ জানুৱাৰী, ১৯৭২ চনত।


১৫. অৰুণাচল প্ৰদেশৰ চৰকাৰী ভাষা কি?

উত্তৰ:- ইংৰাজী।


১৬. অসমৰ চৰকাৰী ভাষা কি?

উত্তৰ:- অসমীয়া আৰু ইংৰাজী।


১৭. মণিপুৰৰ চৰকাৰী ভাষা কি?

উত্তৰ:- মণিপুৰী।


১৮. মেঘালয়ৰ চৰকাৰী ভাষা কি?

উত্তৰ:- ইংৰাজী।


১৯. মিজোৰামৰ চৰকাৰী ভাষা কি?

উত্তৰ:- মিজো আৰু ইংৰাজী।


২০. নাগালেণ্ডৰ চৰকাৰী ভাষা কি?

উত্তৰ:- ইংৰাজী।


২১. ছিকিমৰ চৰকাৰী ভাষা কি?

উত্তৰ:- নেপালী।


২২. ত্ৰিপুৰাৰ চৰকাৰী ভাষা কি?

উত্তৰ:- বঙালী আৰু ককবৰাক।


২৩. অৰুণাচল প্ৰদেশৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ৬০ খন।


২৪. অসমৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ১২৬ খন।


২৫. মণিপুৰৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ৬০ খন।


২৬. মেঘালয়ৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ৬০ খন।


২৭. মিজোৰামৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ৪০ খন।


২৮. নাগালেণ্ডৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ৬০ খন।


২৯. ছিকিমৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ৩২ খন।


৩০. ত্ৰিপুৰাৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ৬০ খন।


৩১. অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পশু কি?

উত্তৰ:- মেঠোন।


৩২. অসমৰ ৰাজ্যিক পশু কি?

উত্তৰ:- গঁড়।


৩৩. মণিপুৰৰ ৰাজ্যিক পশু কি?

উত্তৰ:- চাংগাই।


৩৪. মেঘালয়ৰ ৰাজ্যিক পশু কি?

উত্তৰ:- নাহৰফুটুকী বাঘ।


৩৫. মিজোৰামৰ ৰাজ্যিক পশু কি?

উত্তৰ:- পৰ্বতীয়া ছাগলী।


৩৬. নাগালেণ্ডৰ ৰাজ্যিক পশু কি?

উত্তৰ:- মেঠোন।


৩৭. ছিকিমৰ ৰাজ্যিক পশু কি?

উত্তৰ:- ৰঙা পাণ্ডা।


৩৮. ত্ৰিপুৰা ৰাজ্যিক পশু কি?

উত্তৰ:- ফাইৰেছ বান্দৰ।


৩৯. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ:- প্ৰায় ৩,১১,৬৯,২৭২ জন।


৪০. ড'নী-প'ল'ইজম ধৰ্ম কোন ৰাজ্যত পালন কৰা হয়?

উত্তৰ:- অৰুণাচল প্ৰদেশ।


৪১. অসমৰ মুখ্য ধৰ্মসমূহ কি কি?

উত্তৰ:- হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্ৰীষ্টান আদি।


৪২. 'মনপা' ভাষা কোন ৰাজ্যত প্ৰচলিত?

উত্তৰ:- অৰুণাচল প্ৰদেশ।


৪৩. 'ভূটিয়া' ভাষা কোন ৰাজ্যত প্ৰচলিত?

উত্তৰ:- ছিকিম।


৪৪. 'গাৰো' ভাষা কোন ৰাজ্যত প্ৰচলিত?

উত্তৰ:- মেঘালয়।


৪৫. 'সোণোৱাল কছাৰী' উত্তৰ-পূৰ্বৰ কোন ৰাজ্যৰ জনগোষ্ঠী?

উত্তৰ:- অসম।


৪৬. 'ৰিয়াং' উত্তৰ-পূৰ্বৰ কোন ৰাজ্যৰ জনগোষ্ঠী?

উত্তৰ:- ত্ৰিপুৰা।


৪৭. লোহিত জিলা কোন ৰাজ্যত অন্তৰ্গত?

উত্তৰ:- অৰুণাচল প্ৰদেশ।


৪৮. নাগালেণ্ড ৰাজ্যৰ ৰাজধানী নাম কি?

উত্তৰ:- কহিমা।


৪৯. বিষ্ণুপুৰ জিলা কোন ৰাজ্যত অন্তৰ্গত?

উত্তৰ:- মণিপুৰ।


৫০. ভীষ্মকনগৰ ঐতিহাসিক কীৰ্তিস্তম্ভ ক'ত অৱস্হিত?

উত্তৰ:- অৰুণাচল প্ৰদেশ। 


পঢ়ক দ্বিতীয় খণ্ড 


লগতে পঢ়ক:- অসমীয়া সাহিত্য কুইজ






Post a Comment

Previous Post Next Post