GK in Assamese Language / India GK in Assamese Language / World GK in Assamese Language / অসমীয়া সাধাৰণ জ্ঞান / ভাৰতৰ সাধাৰণ জ্ঞান / বিশ্বৰ সাধাৰণ জ্ঞান 


আজিৰ এই Articleবিশ্ব সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ৫০ টা প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী  সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ তলৰ প্ৰশ্নোত্তৰ কেইটা আপোনালোকৰ সহায়ক হ'ব।





GK in Assamese Language / অসমীয়া সাধাৰণ জ্ঞান / অসমীয়া কুইজ ২০২১ / সাধাৰণ জ্ঞান ২০২১ / সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ / Assamese General Knowledge 


১. অজন্তা গুহা ক'ত অৱস্হিত?

উত্তৰ:- জলগাঁও।


২. ইলোৰা গুহা কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- বৌদ্ধসকলে।


৩. ভিক্টোৰিয়া মেম'ৰিয়ল ক'ত আছে?

উত্তৰ:- ক'লকাতা।


৪. জাউনচাৰী জনগোষ্ঠী ভাৰতৰ কোন ৰাজ্যত বসবাস কৰে?

উত্তৰ:- উত্তৰাখণ্ড।


৫. ভাংগ্ৰা কোন ৰাজ্যৰ নৃত্য?

উত্তৰ:- পঞ্জাৱ।


৬. কথাকলি কোন ৰাজ্যৰ নৃত্য?

উত্তৰ:- কেৰালা।


৭. বৌদ্ধ সকলৰ ধৰ্মীয় পুথিখনৰ নাম কি?

উত্তৰ:- ত্ৰিপিটক।


৮. শিখ ধৰ্মৰ তীৰ্থস্হান কি?

উত্তৰ:- গুৰুদ্বাৰ।


৯. মন্দিৰৰ চহৰ বুলি কোনখন ঠাইক কোৱা হয়?

উত্তৰ:- বাৰাণসী।


১০. বিহাৰৰ দুখ বুলি কাক কোৱা হয়?

উত্তৰ:- কোশী নদী।


১১. ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰ:- অন্ধ্ৰপ্ৰদেশ বিশ্ববিদ্যালয়।


১২. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি?

উত্তৰ:- বেংগল গেজেট।


১৩. ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়কজনৰ নাম কি?

উত্তৰ:- লালা অমৰনাথ।


১৪. আশীষ কুমাৰ কি খেলৰ লগত জড়িত?

উত্তৰ:- জিমনাষ্টিক।


১৫. ভাৰতৰ প্ৰধান অসামৰিক বঁটা কি?

উত্তৰ:- ভাৰতৰত্ন।


১৬. ভাৰতৰ আটাইতকৈ ডাঙৰ গুহাটোৰ নাম কি?

উত্তৰ:- অমৰ নাথ।


১৭. ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আটাইতকৈ দীঘলীয়া কাৰ্যকাল কৰা প্ৰধানমন্ত্ৰীজনৰ নাম?

উত্তৰ:- জৱাহৰলাল নেহৰু (১৭ বছৰ)।


১৮. ভাৰতৰ আটাইতকৈ দৈৰ্ঘ্যতম ৰে'লৱে প্লেটফৰ্মটো নাম কি?

উত্তৰ:- খড়গপুৰ প্লেটফৰ্ম।


১৯. পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান?

উত্তৰ:- ১৫০ বিলিয়ন কিঃমিঃ।


২০. পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান?

উত্তৰ:- ৩৮৪,০০০ কিঃমিঃ।


২১. মুঠ মহাদেশ কেইখন?

উত্তৰ:- ৭ খন।


২২. বৃহত্তম মহাদেশখনৰ নাম কি?

উত্তৰ:- এছিয়া।


২৩. পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম দেশখনৰ নাম কি?

উত্তৰ:- ভেটিকান চিটি।


২৪. শ্ৰীলংকা ৰাজধানী নাম কি?

উত্তৰ:- কলম্বো।


২৫. নেপালৰ মুদ্ৰাক কি নামেৰে জনা যায়?

উত্তৰ:- নেপালী ৰুপী।


২৬. জাপানৰ সংসদ কি?

উত্তৰ:- ডায়েট।


২৭. অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?

উত্তৰ:- কেংগেৰু


২৮. সিংহ কোন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক?

উত্তৰ:- শ্ৰীলংকা।


২৯. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ খনৰ নাম কি?

উত্তৰ:- প্ৰশান্ত মহাসাগৰ।


৩০. পৃথি‍ৱীৰ আটাইতকৈ ওখ পৰ্বত শৃংগটোৰ নাম কি?

উত্তৰ:- মাউন্ট এভাৰেষ্ট।


৩১. ভাৰতৰ আটাইতকৈ ওখ পৰ্বত শৃংগটোৰ নাম কি?

উত্তৰ:- গডউইন অষ্টিন (K2)।


৩২. আমাজান নদী ক'ত অৱস্হিত?

উত্তৰ:- দক্ষিণ আমেৰিকা।


৩৩. পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি?

উত্তৰ:- নীল নদী। 


৩৪. এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি?

উত্তৰ:- চাংজিয়াং।


৩৫. ভিছুভিয়াছ আগ্নেয়গিৰি ক'ত আছে?

উত্তৰ:- ইটালি।


৩৬. ভাৰতৰলৈ অহা প্ৰথম ইউৰোপীয় ব্যক্তিজনৰ নাম কি?

উত্তৰ:- আলেকজেণ্ডাৰ।


৩৭. আলেকজেণ্ডাৰ ভাৰতৰলৈ কেতিয়া আহিছিল?

উত্তৰ:- ৩২৬ খ্ৰীঃ পূঃ।


৩৮. চন্দ্ৰগুপ্তৰ ৰাজসভালৈ অহা প্ৰথম গ্ৰীক ৰাষ্ট্ৰদূত জনৰ নাম কি?

উত্তৰ:- মেগাস্হিনিছ।


৩৯. ভাৰতৰলৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি?

উত্তৰ:- ডি আইছেনহোৱাৰ।


৪০. মহাকাশ লৈ যোৱা প্ৰথম ব্যক্তিজনৰ নাম কি?

উত্তৰ:- য়ুৰী গাগাৰিন।


৪১. ভাৰত আৰু চীনৰ আন্তজাৰ্তিক সীমা ৰেখাক কি বুলি কোৱা হয়?

উত্তৰ:- মেৰ্কমোহন লাইন।


৪২. ভাৰত আৰু পাকিস্তানৰ আন্তজাৰ্তিক সীমা ৰেখাক কি বুলি কোৱা হয়?

উত্তৰ:- ৰেড ক্লিফ লাইন।


৪৩. ৰাষ্ট্ৰপতি ভৱন ক'ত আছে?

উত্তৰ:- নতুন দিল্লী।


৪৪. ম্যানমাৰ পুৰণি নাম কি?

উত্তৰ:- বাৰ্মা।


৪৫. জাপানৰ পুৰণি নাম কি?

উত্তৰ:- নিপ্পন।


৪৬. কালাহাৰি মৰুভূমি ক'ত অৱস্হিত?

উত্তৰ:- দক্ষিণ আফ্ৰিকা।


৪৭. কৃষ্ণ মহাদেশ বুলি কাক কোৱা হয়?

উত্তৰ:- আফ্ৰিকা।


৪৮. অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল?

উত্তৰ:- কৌটিল্য।


৪৯. অস্কাৰ বঁটা লাভ কৰা ভাৰতৰ প্ৰথম  ব্যক্তিজনৰ নাম কি?

উত্তৰ:- সত্যজিৎ ৰায়।


৫০. চিলাই কল কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- ইলিয়াছ হাও।



লগতে পঢ়ক:- উত্তৰ-পূৰ্ব ভাৰতৰ কিছুমান নজনা কথা



Post a Comment

Previous Post Next Post