Assamese General Knowledge Questions and Answers - অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ  


আজিৰ এই তথ্যৰাজিত ভাৰতৰ সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ 50 GK in Assamese language প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী  সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ তলৰ আমাৰ এই প্ৰশ্নোত্তৰ কেইটা আপোনালোকৰ সহায়ক হ'ব।



GK in Assamese language 2022 / অসমীয়া সাধৰণ জ্ঞান ২০২২


১. 'পূৰ্ব ছুইজাৰলেণ্ড' বুলি কোনখন ৰাজ্যক জনা যায়?

উত্তৰ:- নাগালেণ্ড।


২. ভাৰতৰ ৰাজধানীখনৰ নাম কি?

উত্তৰ:- নতুন দিল্লী।


৩. ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি?

উত্তৰ:- বন্দে-মাতৰম।


৪. ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা কিমান?

উত্তৰ:- ২৯ খন।


৫. ভাৰতৰ মুঠ কেন্দ্ৰীয় শাসিত ৰাজ্য কিমান?

উত্তৰ:- ৭ খন।


৬. ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি?

উত্তৰ:- আম।


৭. ভাৰতৰ মুঠ মাটিকালি কিমান?

উত্তৰ:- ৩২,৮৭,৫৯০ বৰ্গ কিঃমিঃ।


৮. ভাৰতৰ মুঠ লোকসভাৰ আসন কিমান?

উত্তৰ:- ৫৫২ খন।


৯. মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি?

উত্তৰ:- গোৱা।


১০. মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি?

উত্তৰ:- ৰাজস্হান।


১১. ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল?

উত্তৰ:- ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।


১২. ভাৰতীয় সংবিধানত মুঠ কিমানটা খণ্ড আছে?

উত্তৰ:- ২২ টা।


১৩. ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল?

উত্তৰ:- ১৯৫০ চনৰ ২৬ জানুৱাৰী।


১৪. ভাৰতীয় সংবিধান এখন _ সংবিধান।

উত্তৰ:- লিখিত।


১৫. পৃথিৱীৰ ভিতৰত আটাইতকৈ দৈৰ্ঘ্যতম লিখিত সংবিধানখনৰ নাম কি?

উত্তৰ:- ভাৰতীয় সংবিধান।


১৬. ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?

উত্তৰ:- অশোক স্তম্ভ।


১৭. ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰ:- ১৯৫০ চনৰ ২৬ জানুৱাৰী।


১৮. ভাৰতৰ জাতীয় পতাকাৰ অনুপাত কিমান?

উত্তৰ:- দীঘ আৰু প্ৰস্হৰ অনুপাত ২ ঃ ৩ ।


১৯. ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া গৃহীত কৰা হৈছিল?

উত্তৰ:- ১৯৪৭ চনৰ ২২ জুলাই।


২০. ভাৰতৰ জাতীয় পতাকাৰ ৰং কেইটা?

উত্তৰ:- তিনিটা।


২১. ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি?

উত্তৰ:- জন-গণ-মন।


২২. ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি?

উত্তৰ:- বন্দে মাতৰম।


২৩. ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোন ৰচনা কৰিছিল?

উত্তৰ:- ৰবীন্দ্ৰ নাথ ঠাকুৰ।


২৪. ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কোনে ৰচনা কৰিছিল?

উত্তৰ:- বংকিম চন্দ্ৰ চেটাৰ্জী।


২৫. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি জনৰ নাম কি?

উত্তৰ:- ড০ ৰাজেন্দ্ৰ প্ৰসাদ।


২৬. ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি জনৰ নাম কি?

উত্তৰ:- ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন।


২৭. ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি জনৰ নাম কি?

উত্তৰ:-  ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন।


২৮. ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জনৰ নাম কি?

উত্তৰ:- জৱাহৰলাল নেহৰু।


২৯. ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ জনৰ নাম কি?

উত্তৰ:- হৰিলাল জে. কানিয়া।


৩০. ভাৰতৰ প্ৰথম মুখ্য আয়ুক্ত জনৰ নাম কি?

উত্তৰ:- সুকুমাৰ সেন।


৩১. অসমৰ মুঠ বিধান সভা আসনৰ কিমান?

উত্তৰ:- ১২৬ খন।


৩২. মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ নাম কি?

উত্তৰ:- আন্দামান নিকোবৰ দ্বীপপুঞ্জ।


৩৩. ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি?

উত্তৰ:- গংগা।


৩৪. ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?

উত্তৰ:- ব্ৰক্ষ্মপুত্ৰ।


৩৫. গংগা নদীৰ উৎপত্তি ক'ত?

উত্তৰ:- গংগোত্ৰী গ্লেচিয়াৰ।


৩৬. ভাৰতৰ আটাইতকৈ ওখৰ পৰ্বত শৃংগটোৰ নাম কি?

উত্তৰ:- কাঞ্চনজংঘা।


৩৭. কাঞ্চনজংঘাৰ উচ্চতা কিমান?

উত্তৰ:- প্ৰায় ৮,৫৮৬ মিটাৰ।


৩৮. পৃথিৱীৰ বৃহত্তৰ ব-দ্বীপটোৰ নাম কি?

উত্তৰ:- সুন্দৰবন।


৩৯. দাৰ্জিলিং কোন ৰাজ্যত অৱস্হিত?

উত্তৰ:- পশ্চিম বংগ।


৪০. নাইনিতাল কোন ৰাজ্যত অৱস্হিত?

উত্তৰ:- উত্তৰাখণ্ড।


৪১. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্হিত?

উত্তৰ:- গুৱাহটী।


৪২. গুজৰাট ৰাজ্যৰ ৰাজধানী নাম কি?

উত্তৰ:- গান্ধীনগৰ।


৪৩. ভাৰতত মুঠ এলুমিনিয়াম উৎপাদনৰ উদ্যোগ কিমানটা আছে?

উত্তৰ:- ৫ টা।


৪৪. মহাবীৰৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ:- ৫৯৯ খ্ৰীঃ পূঃ।


৪৫. পাণিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ:- ১৫২৬ খ্ৰীঃ।


৪৬. পাণিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ:- ১৫৫৬ খ্ৰীঃ।


৪৭. ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল?

উত্তৰ:- ১৬০০ খ্ৰীঃ।


৪৮. ভাৰতৰ ২৫ তম ৰাজ্যখনৰ নাম কি?

উত্তৰ:- গোৱা।


৪৯. ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকী নাম কি?

উত্তৰ:- শ্ৰীমতী ইন্দিৰা গান্ধী।


৫০. জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- চাহজাহান।



লগতে পঢ়ক:- Northeast GK in Assamese Language

Post a Comment

Previous Post Next Post