অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ / Assamese General Knowledge
আজিৰ এই তথ্যৰাজিত মুঠ ৫০ টা Assam GK in Assamese Language ৰ ওপৰত ভিত্তি কৰি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ তলৰ প্ৰশ্নোত্তৰ কেইটা আপোনালোকৰ সহায়ক হ'ব।
50 Assam GK in Assamese Language / অসমৰ সাধাৰণ জ্ঞান
১. প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি?
উত্তৰ:- ল'ৰাবন্ধু।
২. অসমৰ আটাইতকৈ জনবহুল গাঁও খনৰ নাম কি?
উত্তৰ:- শুৱালকুছি।
৩. শংকৰদেৱে সংস্কৃত ভাষাত লিখা একমাত্ৰ পুথিখনৰ নাম কি?
উত্তৰ:- ভক্তি ৰত্নাৱলী।
৪. প্ৰথম অসমীয়া অভিধানখনৰ নাম কি?
উত্তৰ:- হেম কোষ।
৫. অসমত প্ৰথম চাহ গছ কোনে আৱিস্কাৰ কৰিছিল?
উত্তৰ:- চি. এ. ব্ৰুচ।
৬. প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি?
উত্তৰ:- অৰুণোদয়।
৭. অসমৰ জাতীয় গছ কি?
উত্তৰ:- হোলোং।
৮. আহোমসকলৰ শেষ ৰজাজনৰ নাম কি?
উত্তৰ:- স্বৰ্গদেউ পুৰন্দৰ সিংহ।
৯. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- নৰনাৰায়ন।
১০. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?
উত্তৰ:- ৰাম সিংহ।
১২. আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?
উত্তৰ:- চৰাইদেউ।
১৩. ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ গদাধৰ সিংহ।
১৪. চাণক্যৰ আন এটা নাম কি?
উত্তৰ:- কৌটিল্য।
১৫. 'ভাৰতৰ চেক্সপীয়েৰ' বুলি কাক কোৱা হয়?
উত্তৰ:- কালিদাস।
১৬. পল্লৱসকলৰ ৰাজধানী ক'ত আছিল?
উত্তৰ:- কাঞ্চি।
১৭. 'শিলাদিত্য' বুলি কাক জনা যায়?
উত্তৰ:- হৰ্ষবৰ্ধন।
১৮. হৰিসেনা কাৰ দৰবাৰৰ কবি আছিল?
উত্তৰ:- সমুদ্ৰগুপ্ত।
১৯. হিউৱেন চাং কেতিয়া ভাৰতৰলৈ আহিছিল?
উত্তৰ:- ৬২৬ খ্ৰীষ্টাব্দত।
২০. গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ:- সমুদ্ৰগুপ্ত।
২১. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ২৯ আগষ্ট।
২২. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ:- ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰি।
২৩. প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি?
উত্তৰ:- ভাইটি (১৯৭২)।
২৪. বাণ ৰজাৰ জীয়েক ঊষাক কোনে বিয়া কৰাইছিল?
উত্তৰ:- অনিৰুদ্ধ।
২৫. স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?
উত্তৰ:- হালধীয়া চৰাইয়ে বাওধান খায়।
২৬. ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?
উত্তৰ:- ৰঙা পুলিছ।
২৭. প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাৰ "কন্যা"।
২৮. প্ৰথম অসম সাহিত্য সভা ক'ত হৈছিল?
উত্তৰ:- শিৱসাগৰ।
২৯. অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে?
উত্তৰ:- গুৱাহাটী।
৩০. প্ৰথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি?
উত্তৰ:- বিষ্ণুৰাম মেধি।
৩১. অক্সিজেন কোনে আৱিস্কাৰ কৰিছিল?
উত্তৰ:- প্ৰীষ্টলী।
৩২. জুই জ্বলাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- অক্সিজেন।
৩৩. ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়?
উত্তৰ:- মঙ্গল গ্ৰহ।
৩৪. কাবাডী খেলৰ এটা দলত মুঠ কিমানজন খেলুৱৈ থাকে?
উত্তৰ:- ৭ জন।
৩৫. ৰামধেনুৰ ৰং কেতিয়া?
উত্তৰ:- ৭ টা।
৩৬. ৰাষ্ট্ৰীয় একতা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ৩১ অক্টোৱৰ।
৩৭. জৰ্জ ৱাশ্বিংটন কোন আছিল?
উত্তৰ:- আমেৰিকা যুক্তৰাষ্টৰ প্ৰথম ৰাষ্ট্ৰপতি।
৩৮. মাইক্ৰৰ্ছফটৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ:- বিল গেটছ।
৩৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?
উত্তৰ:- ৰাম সিংহ।
৪০. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল?
উত্তৰ:- লাচিত বৰফুকন।
৪১. প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?
উত্তৰ:- জয়মতী।
৪২. কোৰাণ খন কোন ভাষাৰত ৰচিত?
উত্তৰ:- আৰৱী ভাষা।
৪৩. ৰামায়ণ কোনে ৰচনা কৰিছিল?
উত্তৰ:- বাল্মীকি।
৪৪. কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল?
উত্তৰ:- ১৯৪৩ চনত ১৫ জুনত।
৪৫. অসমৰ ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ ক'ত আছে?
উত্তৰ:- গুৱাহাটীৰ কাহিলিপাৰা।
৪৬. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন?
উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা।
৪৭. প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল?
উত্তৰ:- হেম সৰস্বতী।
৪৮. সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- বনফুল।
৪৯. ইন্দিৰা গান্ধীৰ সমাধিস্হল ক'ত আছে?
উত্তৰ:- শক্তিস্হালী, দিল্লী।
৫০. ইলোৰা গুহা কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- বৌদ্ধ সকলে।
লগতে পঢ়ক:- অসমীয়া সাহিত্য কুইজ
Post a Comment