অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ / Assamese General Knowledge 


আজিৰ এই তথ্যৰাজিত মুঠ ৫০ টা Assam GK in Assamese Language ৰ ওপৰত ভিত্তি কৰি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী  সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ তলৰ প্ৰশ্নোত্তৰ কেইটা আপোনালোকৰ সহায়ক হ'ব।



50 Assam GK in Assamese Language / অসমৰ সাধাৰণ জ্ঞান 


১. প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি?

উত্তৰ:- ল'ৰাবন্ধু।


২. অসমৰ আটাইতকৈ জনবহুল গাঁও খনৰ নাম কি?

উত্তৰ:- শুৱালকুছি।


৩. শংকৰদেৱে সংস্কৃত ভাষাত লিখা একমাত্ৰ পুথিখনৰ  নাম কি?

উত্তৰ:- ভক্তি ৰত্নাৱলী।


৪. প্ৰথম অসমীয়া অভিধানখনৰ নাম কি?

উত্তৰ:- হেম কোষ।


৫. অসমত প্ৰথম চাহ গছ কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰ:- চি. এ. ব্ৰুচ। 


৬. প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি?

উত্তৰ:- অৰুণোদয়।

 

৭. অসমৰ জাতীয় গছ কি?

উত্তৰ:- হোলোং।


৮. আহোমসকলৰ শেষ ৰজাজনৰ নাম কি?

উত্তৰ:- স্বৰ্গদেউ পুৰন্দৰ সিংহ।


৯. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?

উত্তৰ:- নৰনাৰায়ন।


১০. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?

উত্তৰ:- ৰাম সিংহ। 


১২. আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?

উত্তৰ:- চৰাইদেউ। 


১৩. ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল?

উত্তৰ:- স্বৰ্গদেউ গদাধৰ সিংহ।


১৪. চাণক্যৰ আন এটা নাম কি? 

উত্তৰ:- কৌটিল্য। 


১৫. 'ভাৰতৰ চেক্সপীয়েৰ' বুলি কাক কোৱা হয়? 

উত্তৰ:- কালিদাস। 


১৬. পল্লৱসকলৰ ৰাজধানী ক'ত আছিল?

উত্তৰ:- কাঞ্চি।


১৭. 'শিলাদিত্য' বুলি কাক জনা যায়?

উত্তৰ:- হৰ্ষবৰ্ধন।


১৮. হৰিসেনা কাৰ দৰবাৰৰ কবি আছিল?

উত্তৰ:- সমুদ্ৰগুপ্ত।


১৯. হিউৱেন চাং কেতিয়া ভাৰতৰলৈ আহিছিল?

উত্তৰ:- ৬২৬ খ্ৰীষ্টাব্দত।


২০. গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰ:- সমুদ্ৰগুপ্ত। 


২১. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ২৯ আগষ্ট। 


২২. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?

উত্তৰ:- ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰি। 


২৩. প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি?

উত্তৰ:- ভাইটি (১৯৭২)।


২৪. বাণ ৰজাৰ জীয়েক ঊষাক কোনে বিয়া কৰাইছিল?

উত্তৰ:- অনিৰুদ্ধ।


২৫. স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?

উত্তৰ:- হালধীয়া চৰাইয়ে বাওধান খায়।


২৬. ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰ:- ৰঙা পুলিছ।


২৭. প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাৰ "কন্যা"।


২৮. প্ৰথম অসম সাহিত্য সভা ক'ত হৈছিল?

উত্তৰ:- শিৱসাগৰ।


২৯. অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে?

উত্তৰ:- গুৱাহাটী।


৩০. প্ৰথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি?

উত্তৰ:- বিষ্ণুৰাম মেধি।


৩১. অক্সিজেন কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰ:- প্ৰীষ্টলী।


৩২. জুই জ্বলাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?

উত্তৰ:- অক্সিজেন।


৩৩. ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়?

উত্তৰ:- মঙ্গল গ্ৰহ।


৩৪. কাবাডী খেলৰ এটা দলত মুঠ কিমানজন খেলুৱৈ থাকে?

উত্তৰ:- ৭ জন।


৩৫. ৰামধেনুৰ ৰং কেতিয়া?

উত্তৰ:- ৭ টা।


৩৬. ৰাষ্ট্ৰীয় একতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ৩১ অক্টোৱৰ।


৩৭. জৰ্জ ৱাশ্বিংটন কোন আছিল?

উত্তৰ:- আমেৰিকা যুক্তৰাষ্টৰ প্ৰথম ৰাষ্ট্ৰপতি।


৩৮. মাইক্ৰৰ্ছফটৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰ:- বিল গেটছ।


৩৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?

উত্তৰ:- ৰাম সিংহ।


৪০. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল?

উত্তৰ:- লাচিত বৰফুকন।


৪১. প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?

উত্তৰ:- জয়মতী। 


৪২. কোৰাণ খন কোন ভাষাৰত ৰচিত?

উত্তৰ:- আৰৱী ভাষা।


৪৩. ৰামায়ণ কোনে ৰচনা কৰিছিল?

উত্তৰ:- বাল্মীকি।


৪৪. কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল?

উত্তৰ:- ১৯৪৩ চনত ১৫ জুনত। 


৪৫. অসমৰ ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ ক'ত আছে?

উত্তৰ:- গুৱাহাটীৰ কাহিলিপাৰা।


৪৬. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন?

উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা।


৪৭. প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল?

উত্তৰ:- হেম সৰস্বতী। 


৪৮. সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?

উত্তৰ:- বনফুল।


৪৯. ইন্দিৰা গান্ধীৰ সমাধিস্হল ক'ত আছে?

উত্তৰ:- শক্তিস্হালী, দিল্লী। 


৫০. ইলোৰা গুহা কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- বৌদ্ধ সকলে।



লগতে পঢ়ক:- অসমীয়া সাহিত্য কুইজ


অসমৰ জিলা আৰু মহকুমাসমূহৰ নাম


অসমৰ সাধাৰণ জ্ঞান ২০২১

Post a Comment

Previous Post Next Post