সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান - Assam literature GK in Assamese language - সাহিত্য কুইজ 


নমস্কাৰ। আপোনালোকক Assam Academy site ৰ লৈ স্বাৰ্গতম জনাইছোঁ।   আজিৰ এই Article ত অসমীয়া সাহিত্য কুইজ ৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। যদি এই প্ৰশ্নোত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হ'ব বুলি ভাৱে, তেনেহ'লে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰসমূহ একদম শেষফালে দিয়া হৈছে।



Assamese literature quiz - Assam literature GK Quiz - সাহিত্য কুইজ ২০২১ - সাহিত্য কুইজ 2021

১. প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি?

ক) ভাইটি

খ) পাতালপুৰী

গ) ফেৰেংগাদাও

ঘ) উৰুলী



২. 'অসমীয়া ব্যাকৰণ' কোনে ৰচনা কৰিছিল?

ক) নৱকান্ত বৰুৱা

খ) হেমচন্দ্ৰ গোস্বামী 

গ) হেমচন্দ্ৰ বৰুৱা

ঘ) গুণাভিৰাম বৰুৱা



৩. 'পাতালপুৰী' উপন্যাসখনৰ লিখক কোন?

ক) গুণাভিৰাম বৰুৱা

খ) হৰগোবিন্দ শৰ্মা 

গ) নগেন্দ্ৰ নাৰায়ণ চৌধুৰী 

ঘ) ভবেন বৰুৱা



৪. অসমীয়া প্ৰথম সামাজিক নাট খনৰ নাম কি?

ক) অংকীয়া নাট

খ) সতী বেউলা

গ) ৰাম নৱমী

ঘ) চিহ্ন যাত্ৰা



৫. অসমীয়া দৈনিক বাতৰি কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি?

ক) ভবেন বৰুৱা

খ) নীলমণি ফুকন

গ) আনন্দ্ৰ চন্দ্ৰ আগৰৱালা

ঘ) হৰগোবিন্দ শৰ্মা



৬. পাপৰি কবি কোন?

ক) চন্দ্ৰ কুমাৰ আগৰৱালা

খ) শৰৎচন্দ্ৰ গোস্বামী 

গ) গণেশ গগৈ

ঘ) কমলাকান্ত ভট্টাচাৰ্য 



৭. অসমৰ আইতা বুলি কাক কোৱা হয়?

ক) সৰুজনী নাইডু

খ) মামণি ৰয়ছম গোস্বামী 

গ) নলিনীবালা দেৱী

ঘ) ৰীতা চৌধুৰী 



৮. প্ৰতিমা খনিকৰ কবি বুলি কাক জনা যায়?

ক) আনন্দ চন্দ্ৰ আগৰৱালা

খ) চন্দ্ৰ কুমাৰ আগৰৱালা

গ) প্ৰসন্নলাল চৌধুৰী 

ঘ) শৰৎচন্দ্ৰ গোস্বামী 



৯. ৰাম-নৱমী নাটখনৰ নাট্যকাৰ কোন?

ক) শংকৰদেৱ

খ) মাধৱদেৱ

গ) গুণাভিৰাম বৰুৱা

ঘ) লক্ষ্মীনাথ বেজবৰুৱা



Assamese literature GK - Assam literature gk in Assamese language - সাহিত্য কুইজ - অসমীয়া সাহিত্য সাধাৰণ জ্ঞান 



১০. অসমীয়া প্ৰথম ক্ষুদ্ৰ আলোচনীখনৰ নাম কি?

ক) ল'ৰাবন্ধু

খ) সঁফুৰা

গ) বিন্দু

ঘ) মৌচাক



১১. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী প্ৰধান সম্পাদক কোন?

ক) পদ্মনাথ গোঁহাঞিবৰুৱা

খ) শৰৎচন্দ্ৰ গোস্বামী

গ) যতীন্দ্ৰ নাথ দুৱৰা

ঘ) ৰং বং তেৰাং



১২. পঢ়াশলীয়া অভিধানখনৰ লিখক কোন?

ক) হৰগোবিন্দ্ৰ শৰ্মা

খ) হেমচন্দ্ৰ বৰুৱা

গ) নবীন শৰ্মা

ঘ) হেমচন্দ্ৰ গোস্বামী 



১৩. নামঘৰ আৰু সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?

ক) শংকৰদেৱ

খ) মাধৱদেৱ

গ) মাধৱ কন্দলি

ঘ) ৰাম সৰস্বতী 



১৪. ফেৰেংগাদাও উপন্যাসখনৰ লিখক কোন?

ক) হেমচন্দ্ৰ গোস্বামী 

খ) নৱকান্ত বৰুৱা

গ) মেদিনী চৌধুৰী 

ঘ) যতীন্দ্ৰনাথ দুৱৰা



১৫. প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? 

ক) নন্দিনী

খ) উৰুলী 

গ) জেতুকা

ঘ) মায়া



১৬. 'অগ্নি কবি' বুলি কাক কোৱা হয়?

ক) চন্দ্ৰকুমাৰ আগৰৱালা

খ) ৰজনীকান্ত বৰদলৈ

গ) ৰঘুনাথ চৌধুৰী 

ঘ) কমলাকান্ত ভট্টাচাৰ্য 



১৭. নামঘোষা কোনে ৰচনা কৰিছিল?

ক) শংকৰদেৱ

খ) মাধৱদেৱ

গ) কালি দাস

ঘ) মাধৱ কন্দলি



১৮. বাগ্মীবৰ বুলি কাক কোৱা হয়?

ক) ৰঘুনাথ চৌধুৰী 

খ) বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য 

গ) গুণাভিৰাম বৰুৱা

ঘ) নীলমণি ফুকন



১৯. লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধিৰে বিভূষিত কৰিছিল?

ক) পদ্মনাথ গোঁহাঞিবৰু‍ৱা

খ) গোপীনাথ বৰদলৈ

গ) নগেন্দ্ৰ নাৰায়ণ চৌধুৰী 

ঘ) বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য 



২০. কলাগুৰু বুলি কাক জনা যায়?

ক) জ্যোতিপ্ৰসাদ আগৰৱালা

খ) বিষ্ণুৰাম মেধি

গ) বিষ্ণুপ্ৰসাদ ৰাভা

ঘ) জাহ্নু বৰুৱা



শুদ্ধ উত্তৰসমূহ:- ১. খ)   ২. গ)   ৩. খ)   ৪. গ)   ৫. খ)   ৬. গ)   ৭. গ)   ৮. খ)   ৯. গ)   ১০. গ)   ১১. খ)   ১২. খ)   ১৩. ক)   ১৪. গ)   ১৫. খ)   ১৬. ঘ)   ১৭. খ)   ১৮. ঘ)   ১৯. গ)   ২০. গ)


লগতে পঢ়ক :- North-East GK in Assamese language 


Post a Comment

Previous Post Next Post