Assamese GK / অসমীয়া সাধাৰণ জ্ঞান / General Knowledge in Assamese Language 


      নমস্কাৰ, আপোনালোকক Assam Academy  ৰ লৈ স্বাৰ্গতম জনাইছোঁ।   আজিৰ এই তথ্যৰাজিত Assamese GK তথা অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। যদি এই প্ৰশ্নোত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হ'ব বুলি ভাৱে, তেনেহ'লে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব।



সাহিত্য কুইজ / Literature Quiz in Assamese Language 


অসমীয়া সাহিত্যৰ প্ৰশ্নোত্তৰ 


১. প্ৰথম অসমীয়া ব্যাকৰণ কোনে ৰচনা কৰিছিল?

উত্তৰ:- উইলিয়াম ৰবিনচন।


২. সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?

উত্তৰ:- বনফুল।


৩. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লিখকজনৰ নাম কি?

উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 


৪. প্ৰথম অসমীয়া শিশু উপন্যাস খনৰ নাম কি?

উত্তৰ:- পাতাল পুৰী।


৫. অসমৰ প্ৰথম বাৰ্ত্তালোচনীখনৰ নাম কি?

উত্তৰ:- অৰুণোদয়।


৬. প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ কি?

উত্তৰ:- দৈনিক বাতৰি।


৭. প্ৰথম অসমৰ ইংৰাজী দৈনিক বাতৰি কাকত খনৰ নাম কি?

উত্তৰ:- দি আসাম ট্ৰিবিউন।


৮. গীতাঞ্জলি গ্ৰন্থ খনৰ গ্ৰন্থকাৰ কোন?

উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।


৯. অসমীয়া চুটিগল্প জনক কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।


১০. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ আত্মজীৱনী খনৰ নাম কি?

উত্তৰ:- মোৰ জীৱন সোঁৱৰণ।


১১. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰা উপন্যাস খনৰ নাম কি?

উত্তৰ:- মৃত্যুঞ্জয়।


১২. অংকীয়া নাটত কিমান অংক থাকে?

উত্তৰ:- ১ টা।


১৩. কুকুৰ নামৰ কবিতাটো কোনে ৰচনা কৰিছিল?

উত্তৰ:- অমূল্য বৰুৱা।


১৪. হস্তীবিদ্যাৰ্ণব কোন ৰচনা কৰিছিল?

উত্তৰ:- সুকুমাৰ বৰকাইথ।


১৫. চনেট কবিতাত মুঠ কিমানটা শাৰী থাকে?

উত্তৰ:- ১৪ টা।



General Science Questions and Answers in Assamese Language - বিজ্ঞান কুইজ 


অসমীয়া সাধাৰণ বিজ্ঞানৰ প্ৰশ্নোত্তৰ 


১. সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি?

উত্তৰ:- ছ'ডিয়াম ক্ল'ৰাইড।


২. কোষ কোনে আৱিষ্ৰ কৰিছিল?

উত্তৰ:- ৰবাৰ্ট হুক।


৩. আটাইতকৈ দীঘল কোষটো নাম কি?

উত্তৰ:- মানুহৰ স্নায়ুকোষ।


৪. সূৰ্যৰ তাপ জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰ:- পাইৰ'মিটাৰ।


৫. গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ:- লেক্ট'মিটাৰ।


৬. থাৰ্মোমিটাৰ কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰ:- গেলিলিও।


৭. সাগৰত থকা ক্ষুদ্ৰ প্ৰাণীসমূহক কি বোলে?

উত্তৰ:- প্লাংকটন।


৮. মেকুৰীৰ দাঁত কেইটা?

উত্তৰ:- ত্ৰিছটা।


৯. চৰাইৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানক কি বুলি কোৱা হয়?

উত্তৰ:- অৰনিথ'ল'জি।


১০. কি ভিটামিনৰ অভাৱত মানুহ কুকুৰীকণা হয়?

উত্তৰ:- ভিটামিন A।



অসমীয়া সাধাৰণ জ্ঞান - আৱিষ্কাৰ আৰু আৱিষ্কাৰক


১. ছপাযন্ত্ৰ কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- জোহানছ গুটেনবাৰ্গে ১৪৪০ চনত আৱিষ্কাৰ কৰিছিল।


২. দূৰবীণ কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- এইচ. লিপাৰছে ১৬০৮ চনত আৱিষ্কাৰ কৰিছিল।


৩. বেৰ'মিটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ই. টে'ৰিছেলি।


৪. প্ৰে'ছাৰ কুকাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ডেনিছ পেপিন।


৫. অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- এ. লিউৱেনহুক।


৬. ৰে'ফ্ৰিজাৰেটৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ফাৰ্দিনাণ্ড কে'ৰিয়ে।


৭. বাইচাইকেল কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- কাৰ্ল ভন্ চুৱাৰ্নবৰ্নে ১৮১৬ চনত আৱিষ্কাৰ কৰিছিল।


৮. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- আলেকজেণ্ডাৰ গ্ৰাহামৱেল।


৯. উৰাজাহাজ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- উইলবাৰ আৰু ওৰভিল ৰাইট।


১০. ৰেডিঅ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- জি. মাৰ্ক'নী।



সাধাৰণ জ্ঞান - উল্লেখযোগ্য দিৱসসমূহ


১. আন্তৰ্জাতিক মহিলা দিৱস - ৮ মাৰ্চ


২. বিশ্ব বতৰ বিজ্ঞান দিৱস - ২৪ মাৰ্চ


৩. বিশ্ব স্বাস্হ্য দিৱস - ৭ এপ্ৰিল 


৪. মে দিৱস (আন্তৰ্জাতিক শ্ৰমিক দিৱস) - ১ মে'


৫. ধূমপান নিষিদ্ধ দিৱস - ৩১ মে'


৬. বিশ্ব পৰিৱেশ দিৱস - ৫ জুন


৭. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস - ২৯ আগষ্ট 


৮. বিশ্ব পশু দিৱস - ৬ অক্টোৱৰ


৯. ভাৰতীয় বায়ু সেনা দিৱস - ৮ আক্টোৱৰ


১০. বিশ্ব এইডছ দিৱস - ১ ডিচেম্বৰ



খেলৰ কুইজ / Sports Quiz in Assamese Language 


১. ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি?

উত্তৰ:- হকী।


২. চীনৰ ৰাষ্ট্ৰীয় খেল কি?

উত্তৰ:- টেবল টেনিছ।


৩. প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী খেলুৱৈজনৰ নাম কি?

উত্তৰ:- ভোগেশ্বৰ বৰুৱা।


৪. জয়ন্ত তালুকদাৰ কি খেলৰ লগত জড়িত?

উত্তৰ:- আৰ্চাৰী।


৫. গগন নাৰং কি খেলৰ লগত জড়িত?

উত্তৰ:- শ্বুটিং।


৬. অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ গৰাকী নাম কি? 

উত্তৰ:- চাইনা নেহৱাল।


৭. ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা কি?

উত্তৰ:- ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা।


৮. শচীন তেণ্ডুলকাৰৰ সম্পূৰ্ণ নাম কি?

উত্তৰ:- শচীন ৰমেশ তেণ্ডুলকাৰ।


৯. ওছেইন বল্ট কোন দেশৰ খেলুৱৈ?

উত্তৰ:- জামাইকা।


১০. দিপিকা পাডুকন কি খেলৰ সৈতে জড়িত?

উত্তৰ:- বেডমিন্টন।


ভূগোল কুইজ / Geography Quiz in Assamese Language 


১. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি?

উত্তৰ:- ছাহাৰা মৰুভূমি।


২. পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই বিধৰ নাম কি?

উত্তৰ:- উটপক্ষী।


৩. মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?

উত্তৰ:- ৰাছিয়া।


৪. পৃথিৱীৰ আটাইতকৈ দৈৰ্ঘ্যতম নদীখনৰ নাম কি?

উত্তৰ:- নীল নদী।


৫. পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কি?

উত্তৰ:- চীন।


৬. ভাৰতৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়?

উত্তৰ:- লুধিয়ানা।


৭. ভাৰতৰ কোনখন ঠাইক গোল্ডেন চিটি বুলি কোৱা হয়?

উত্তৰ:- অমৃতসৰ।


৮. কথক ভাৰতৰ কোন ৰাজ্যৰ নৃত্য?

উত্তৰ:- উত্তৰ ভাৰত।


৯. ভাৰতৰ প্ৰথম পুৰুষ মহাকাশচাৰীজনৰ নাম কি?

উত্তৰ:- ৰাকেশ শৰ্মা।


১০. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি?

উত্তৰ:- থৰ মৰুভূমি। 



লগতে পঢ়ক:- কিছুমান নজনা দৰকাৰী প্ৰশ্নোত্তৰ 


Post a Comment

Previous Post Next Post