অসমীয়া সাহিত্য কুইজ / Assamese Literature Quiz /
Assamese Literature Quiz |
Literature GK Quiz in Assamese language
১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ?
ক) শ্ৰীমন্ত শংকৰদেৱ
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) ৰঘুনাথ চৌধুৰী
ঘ) ভট্টদেৱ
উত্তৰ:- ক) শ্ৰীমন্ত শংকৰদেৱ
২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?
ক) সুৰভি
খ) কীৰ্ত্তন
গ) কদমকলি
ঘ) ধৰ্মপুস্তক
উত্তৰ:- খ) কীৰ্ত্তন
৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ?
ক) যতীন্দ্ৰ নাথ দুৱৰা
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) ভট্টদেৱ
উত্তৰ:- ঘ) ভট্টদেৱ
৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?
ক) লক্ষ্মীনাথ বেজবৰুৱা
খ) পদ্মনাথ গোহাঞিবৰুৱা
গ) যতীন্দ্ৰ নাথ দুৱৰা
ঘ) হেমচন্দ্ৰ বৰুৱা
উত্তৰ:- গ) যতীন্দ্ৰ নাথ দুৱৰা
৫. অসমীয়া চুটিগল্পৰ জনক কোন ?
ক) লক্ষ্মীনাথ বেজবৰুৱা
খ) পদ্মনাথ গোহাঞিবৰুৱা
গ) যতীন্দ্ৰ নাথ দুৱৰা
ঘ) হেমচন্দ্ৰ বৰুৱা
উত্তৰ:- ক) লক্ষ্মীনাথ বেজবৰুৱা
৬. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?
ক) বনকুঁৱৰী
খ) ককাদেউতা আৰু নাতি ল'ৰা
গ) সুৰভি
ঘ) বিলাতৰ চিঠি
উত্তৰ:- গ) সুৰভি
৭. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?
ক) পদ্মনাথ গোহাঞিবৰুৱা
খ) ৰবিন্সন
গ) যতীন্দ্ৰ নাথ দুৱৰা
ঘ) হেমচন্দ্ৰ বৰুৱা
উত্তৰ:- খ) ৰবিন্সন
৮. অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?
ক) ৰবীন্দ্ৰনাথ ঠাকুৰ
খ) ৰবিন্সন
গ) হেমচন্দ্ৰ বৰুৱা
ঘ) ব্ৰনচন
উত্তৰ:- ঘ) ব্ৰনচন
৯. অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন ?
ক) হেমচন্দ্ৰ গোস্বামী
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী
উত্তৰ:- গ) পদ্মনাথ গোহাঞিবৰুৱা
১০. অসম সাহিত্যসভাৰ প্ৰথম অধিবেশন কোন ঠাইত হৈছিল?
ক) তিনিচুকীয়া
খ) শিৱসাগৰ
গ) নগাওঁ
ঘ) ডিব্ৰুগড়
উত্তৰ:- খ) শিৱসাগৰ
১১. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল ?
ক) হেমচন্দ্ৰ গোস্বামী
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) হেমচন্দ্ৰ বৰুৱা
উত্তৰ:- ঘ) হেমচন্দ্ৰ বৰুৱা
১২. প্ৰথম অসমীয়া নাটকখনৰ নাম কি?
ক) চিহ্নযাত্ৰা
খ) সাগৰলৈ বহুত দূৰ
গ) লহৰী
ঘ) ঢৌ
উত্তৰ:- ক) চিহ্নযাত্ৰা
১৩. প্ৰথম অসমীয়া কথাকবিতাৰ ৰচিয়তাজনৰ নাম কি?
ক) হেমচন্দ্ৰ গোস্বামী
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) যতীন্দ্ৰ নাথ দুৱৰা
ঘ) নৱকান্ত বৰুৱা
উত্তৰ:- গ) যতীন্দ্ৰ নাথ দুৱৰা
১৪. অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ?
ক) পদ্মনাথ গোহাঞিবৰুৱা
খ) ভট্টদেৱ
গ) চন্দ্ৰকুমাৰ আগৰৱালা
ঘ) জ্ঞানদাভিৰাম বৰুৱা
উত্তৰ:- খ) ভট্টদেৱ
১৫. অসমৰ প্ৰথম চনেট কবি কোন ?
ক) পদ্মনাথ গোহাঞিবৰুৱা
খ) ভট্টদেৱ
গ) চন্দ্ৰকুমাৰ আগৰৱালা
ঘ) হেমচন্দ্ৰ গোস্বামী
উত্তৰ:- ঘ) হেমচন্দ্ৰ গোস্বামী
লগতে পঢ়ক:- Science GK
১৬. অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?
ক) হেমচন্দ্ৰ গোস্বামী
খ) পদ্মনাথ গোহাঞিবৰুৱা
গ) ৰজনীকান্ত বৰদলৈ
ঘ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰ:- গ) ৰজনীকান্ত বৰদলৈ
১৭. “ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন ?
ক) পদ্মনাথ গোহাঞিবৰুৱা
খ) ৰজনীকান্ত বৰদলৈ
গ) চন্দ্ৰকুমাৰ আগৰৱালা
ঘ) ৰঘুনাথ চৌধুৰী
উত্তৰ:- ক) পদ্মনাথ গোহাঞিবৰুৱা
১৮. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে ?
ক) পদ্মনাথ গোহাঞিবৰুৱা
খ) হেমচন্দ্ৰ গোস্বামী
গ) শৰৎ চন্দ্ৰ গোস্বামী
ঘ) নৱকান্ত বৰুৱা
উত্তৰ:- গ) শৰৎ চন্দ্ৰ গোস্বামী
১৯. প্ৰথম অসমীয়া চনেট কবি কোন ?
ক) নৱকান্ত বৰুৱা
খ) হেমচন্দ্ৰ গোস্বামী
গ) চন্দ্ৰকুমাৰ আগৰৱালা
ঘ) ৰজনীকান্ত বৰদলৈ
উত্তৰ:- খ) হেমচন্দ্ৰ গোস্বামী
২০. ‘চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন ?
ক) ফণী শৰ্মা
খ) জাহ্নু বৰুৱা
গ) ভূপেন হাজৰিকা
ঘ) অতুল পাচনী
উত্তৰ:- ক) ফণী শৰ্মা
২১. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ?
ক) লক্ষ্মীনাথ বেজবৰুৱা
খ) চন্দ্ৰকুমাৰ আগৰৱালা
গ) নৱকান্ত বৰুৱা
ঘ) পদ্মনাথ গোহাঞিবৰুৱা
উত্তৰ:- খ) চন্দ্ৰকুমাৰ আগৰৱালা
২২. স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
ক) ৰাধানাথ ফুকন
খ) আনন্দৰাম ঢেকীয়াল ফুকন
গ) আনন্দৰাম বৰুৱা
ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা
উত্তৰ:- ক) ৰাধানাথ ফুকন
২৩. 'অসম কেশৰী' উপাধিৰে সন্মানিত হোৱা অসমৰ কবি সাহিত্যিক জনৰ নাম কি ?
ক) চন্দ্ৰকুমাৰ আগৰৱালা
খ) নৱকান্ত বৰুৱা
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) অম্বিকাগিৰী ৰায়চৌধুৰী
উত্তৰ:- ঘ) অম্বিকাগিৰী ৰায়চৌধুৰী
২৪. অসম সাহিত্য সভাৰ উদ্ধোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ ৰচনা কোনে কৰিছিল ?
ক) বিষ্ণুপ্ৰসাদ ৰাভা
খ) ভুপেন হাজৰিকা
গ) মিত্ৰদেৱ মহন্ত
ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ
উত্তৰ:- গ) মিত্ৰদেৱ মহন্ত
২৫. প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ?
ক) সুৰভি
খ) মৌচাক
গ) সঁফুৰা
ঘ) ল'ৰাবন্ধু
উত্তৰ:- ঘ) ল'ৰাবন্ধু
লগতে পঢ়ক :- অসমৰ সাধাৰণ জ্ঞান ২০২১ (খণ্ড-১)
Post a Comment